আটাইতকৈ শক্তিশালী ৰকেট উৎক্ষেপণ বাবে নতুন তাৰিখ হিচাপে ৩ ছেপ্টেম্বৰ ঘোষণা নাছাৰ

Pc Space.com

আটাইতকৈ শক্তিশালী ৰকেট উৎক্ষেপণ বাবে নতুন তাৰিখ হিচাপে ৩ ছেপ্টেম্বৰ ঘোষণা নাছাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নাছাই ঘোষণা কৰিছে যে তেওঁলোকৰ চন্দ্ৰ অভিযানৰ প্ৰথমখন ক্ৰুবিহীন পৰীক্ষামূলক বিমান আৰ্টেমিছ ১ৰ উৎক্ষেপণ ৩ ছেপ্টেম্বৰত হ’ব।নাছাৰ এতিয়ালৈকে সৰ্বাধিক শক্তিশালী ৰকেট স্পেচ লঞ্চ চিষ্টেমৰ দুঘণ্টাৰ উৎক্ষেপণ ভাৰতীয় সময়মতে নিশা ১১:৪৭ বজাত মুকলি হ’ব। ইঞ্জিনৰ ব্লিড সমস্যাৰ বাবে ২৯ আগষ্টত আৰ্টেমিছ ১ৰ প্ৰাৰম্ভিক উৎক্ষেপণ বন্ধ কৰা হৈছিল।