অনলাইন বাৰ্ত্তাসেৱা- আজি চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাত অসম মন্ত্ৰীসভাৰ কেবিনেত বৈঠকত হোৱা সিদ্ধান্তসমুহ –
১ ‘প্ৰতিমাহত জিলা সদৰত একোখনকৈ কেবিনেট বৈঠক’।‘
২.মন্ত্ৰীসকলে এদিন আগতেই জিলা সদৰলৈ কৰিব যাত্ৰা’।
৩.আজিৰ পৰা অৰুণোদয় আঁচনিৰ ধন ১০০০ টকালৈ বৃদ্ধি।
৪. এতিয়াৰে পৰা নৱম আৰু দশম শ্ৰেণীত বাধ্যতামূলক হব বুৰঞ্জী আৰু ভূগোল।
৫.‘জিলা সদৰলৈ হেলিকপ্টাৰ, বিমানত যাত্ৰা নহ’ব’। ‘গাড়ীৰে যাব লাগিব কেবিনেট হ’বলগীয়া জিলা সদৰলৈ’। ‘যাওতে বাটত পোৱা জিলাৰ কাম-কাজৰ খতিয়ান ল’ব।
৬. আন্ত:জিলা বন্ধ থকাৰ বাবে চালক-হেণ্ডিমেনক দিয়া হব ১০ হাজাৰকৈ টকা।
৭. মন্দিৰৰ পূজাৰী, নামঘৰীয়াক দিয়া হব ১৫ হাজাৰকৈ টকা। by utpal kalita