আজিৰ ৰাশিফল

Pc The Howler

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ১৪ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ৩০ ডিচেম্বৰ |
কৃষ্ণা পক্ষ , একাদশী তিথি, দিবা ১/৪০/৪০ মি. পৰা দ্বাদশী তিথি ||
* *
সূৰ্য্যোদয় = ৬/১৪/৩৪ মি.
সূৰ্য্যোস্থয় = ৪/৩৭/৫২ মি.

জন্মতঃ= তুলা ৰাশি (ৰ, ত), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, বৰুণ যোগ, দেৱাৰী গন, বাঘৰ অস্থি ||

আদ্যঋতু হলে ঃ= বেশ্যা যোগ, ১৫ দিনীয়া ব্ৰত, ৰাজ হাহঁ এজোৰ দান, অধিপতি গ্ৰহ – ৰবি ||

ভক্ষ্যাভক্ষ্যঃ= উৰহী খোৱা নিষেধ , দিনৰ ১/৪০/৪০ মি. পূৰৈ শাক খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = অৰ্থ প্ৰাপ্তিৰ যোগ চলিছে |
বৃষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
মিথুন = সমস্যা বৃদ্ধিয়ে মনত অশান্তি দিব |
কৰ্কট = এলাহৰ বাবে ক্ষতি হব পাৰে |
সিংহ = খ্যাতি লাভ কৰিবলৈ সক্ষম হব |
কন্যা = সঞ্চয় বৃদ্ধি হোৱা দেখা যায় |
তুলা = কৰ্মত বাধা – বিঘিনি ঘটিব পাৰে |
বৃশ্চিক = কাৰোৱাৰ পৰা প্ৰতাৰিত হব পাৰে |
ধনু = যশস্যা লাভ হোৱা দেখা যায় |
মকৰ = আত্মীয়ৰ আগমন ঘটিব |
কুম্ভ = প্ৰতিভা প্ৰকাশ হব |
মীন = হঠাতে মনত খেলিমেলিৰ সৃষ্টি হব পাৰে |