আজিৰ ৰাশিফল

Pc India.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি পুহ মাহৰ ১ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ১৭ ডিচেম্বৰ |
শুক্ল পক্ষ, চতুৰ্দশী তিথি ||
* *
সূৰ্য্যোদয় = ৬/৮/৫২ মি.
সূৰ্য্যোস্থয় = ৪/৩০/৫৮ মি.

জন্মতঃ= বৃষ ৰাশি (ব, ই, উ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেৱাৰী গন, ছাগলী অস্থি, দিনৰ ১০/৪১/৫৪ মি. পৰা মনুষ্য গন, সৰ্পৰ অস্থি ||

আদ্যঋতু হলে ঃ= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ – বৃহস্পতি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = নতুন কৰ্ম সঞ্চাৰ হব |
বৃষ = জ্যেষ্ঠ জনৰ পৰা মনোকষ্ট পাব |
মিথুন = কনিষ্টৰে মত বিৰোধ ঘটিব পাৰে |
কৰ্কট = কৰ্মত জটিলতা দেখা যায় |
সিংহ = মানসিক প্ৰশান্তি লাভ কৰিব |
কন্যা = পাৰিবাৰিক কন্দল লাগিব পাৰে |
তুলা = অকাৰনত ক্ৰোধ বৃদ্ধি হোৱা দেখা যায় |
বৃশ্চিক = মনৰ আশা পূৰন হব |
ধনু = বুদ্ধি হ্ৰাস হোৱা দেখা যায় |

মকৰ = ৰাজ সন্মানৰ যোগ আছে |
কুম্ভ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
মীন = কৰ্মত অৱহেলা হোৱা দেখা যায় |