আজিৰ ৰাশিফল

pc- news

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ৮ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ২ নৱেম্বৰ |
কৃষ্ণ পক্ষ, ষষ্ঠী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৫৩/৪২ মি.
সূৰ্য্যোস্থয় = ৪/২৭/৩১ মি.

জন্মতঃ= কৰ্কট ৰাশি (ড, হ), বিপ্ৰ বৰ্ন, বায়ু যোগ, দেৱ গন, ছাগলী অস্থি ||

আদ্যঋতু হলে ঃ= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি – দুগ্ধ দান, অধিপতি গ্ৰহ – চন্দ্ৰ – বুধ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = সঞ্চয় বৃদ্ধি হোৱাৰ যোগ আছে |
বৃষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
মিথুন = কাৰ্য্য সম্পাদন কৰিব পাৰিব |
কৰ্কট = জ্ঞান লাভৰ সুযোগ পাব |
সিংহ = আত্মীয় সুখ লাভ কৰিব |
কন্যা = মন পৰিবৰ্তন হব পাৰে |
তুলা = সমস্যাৰ সমাধান ঘটিব |
বৃশ্চিক = নতুন বন্ধু লাভ কৰিব |
ধনু = মানসিক অশান্তি ভোগ কৰিব |
মকৰ = ভ্ৰমণত কষ্ট দেখা যায় |
কুম্ভ = কাৰ্য্য সুখ লাভ কৰিব |
মীন = কৰ্মত সফলতা অৰ্জন কৰিব |