আজিৰ ৰাশিফল

Pc- india tv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ৪ তাৰিখ ৰবিবাৰ , ইংৰাজী ২১ নৱেম্বৰ |
কৃষ্ণ পক্ষ, দ্বিতীয় তিথি, ৰাতি ৭/৪৭/৪৯মি. পৰা তৃতীয় তিথি ||
* *
সূৰ্য্যোদয় = ৫/৫০/৩৪ মি.
সূৰ্য্যোস্থয় = ৪/২৮/১০ মি.

জন্মতঃ= বৃষ ৰাশি (ই, উ, ব), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি, পুৱা ৭/৩৬/৩৭ মি. পৰা দেৱ গন, শ্বানৰ অস্থি ||

আদ্যঋতু হলে ঃ= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ — বৃহস্পতি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ , ৰাতি পটল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = ভ্ৰমণত কষ্ট আছে |
বৃষ = ঘৰলৈ আত্মীয়ৰ আগমন ঘটিব |
মিথুন = আয় বৃদ্ধি কৰিব পাৰিব |
কৰ্কট = আৰ্থিক সমস্যাত ভুগিব |
সিংহ = সিদ্ধান্তত খেলিমেলি লাগিব পাৰে |
কন্যা = উত্তম খাদ্য ভোগ কৰিব পাৰিব |
তুলা = অযথা ব্যয় হব |
বৃশ্চিক = সামাজিক মনোকষ্টত ভোগিব |
ধনু = প্ৰেমত সফলতা অৰ্জন কৰিব |
মকৰ = সম্পদ, অৰ্থাগম বৃদ্ধি হব |
কুম্ভ = পদ মৰ্যদা লাভ কৰিব |
মীন = সঞ্চয় হ্ৰাস হব পাৰে |