আজিৰ ৰাশিফল

Pc- india tv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ২ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ১৯ নৱেম্বৰ |
শুক্লা পক্ষ, পূৰ্ণিমা তিথি, দিবা ২/২৬/৫ মি. পৰা কৃষ্ণ পক্ষ, প্ৰতিপদ তিথি ||
* *
সূৰ্য্যোদয় = ৫/৪৮/৫৭ মি.
সূৰ্য্যোস্থয় = ৪/২৮/৪৮ মি.

জন্মতঃ= মেষ ৰাশি ( অ, ল), ক্ষত্রিয় মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, হাতীৰ অস্থি, | পুৱা ৮/১৪/৪৮ মি. পৰা বৃষ ৰাশি (ই, উ, ব), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ ||

আদ্যঋতু হলে ঃ= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ — বৃহস্পতি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ, দিবা ২/২৬/৫ মি. পৰা কোমোৰা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = ভ্ৰমণ কৰিলে কষ্ট ভোগ কৰিব |
বৃষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
মিথুন = অৰ্থৰ আগমন বৃদ্ধি হব |
কৰ্কট = মনৰ আশা ভংগ হোৱাৰ যোগ আছে |
সিংহ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
কন্যা = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
তুলা = মানসিক দুঃচিন্তা বৃদ্ধি হব পাৰে |
বৃশ্চিক = আশা ভংগ হোৱা দেখা যায় |
ধনু = পদ মৰ্যদা বৃদ্ধি হব |
মকৰ = নতুন যোগাযোগ লাভ কৰিব |
কুম্ভ = এলাহ বৃদ্ধি পাব পাৰে |
মীন = মানসিক শান্তি লভিব পাৰিব |