আজিৰ ৰাশিফল

pc India.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ১৪ তাৰিখ সোমবাৰ , ইংৰাজী ১ নৱেম্বৰ |
কৃষ্ণা পক্ষ, একাদশী তিথি, পুৱা ১/২১/৪৭ মি. পৰা দ্বাদশী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৩৬/৩০ মি.
সূৰ্য্যোস্থয় = ৪/৩৭/৫০ মি.

জন্মতঃ= সিংহ ৰাশি (ম, ট), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, মনুষ্য গন, বান্দৰৰ অস্থি, দিবা ১২/৫৩/৫০ মি. পৰা গৰুৰ অস্থি ||

আদ্যঋতু হলে = কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ — বুধ আৰু চন্দ্ৰ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ উৰহী খোৱা নিষেধ, দিনৰ ১/২১/৪৭ মি. পৰা পূৰৈ শাক খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = প্ৰেমত শুভ ফল লাভ কৰিব |
বৃষ = ধন, সম্পদ বৃদ্ধি হব |
মিথুন = সমস্যাৰ সমাধান কৰিব পাৰিব |
কৰ্কট = মনৰ আশা পূৰন হব |
সিংহ = আত্মীয়ৰ লগত মনোমালিন্য ঘটিব পাৰে |
কন্যা = সু – সংবাদ লাভ কৰিব |
তুলা = কৰ্মত মানসিক শান্তি লাভ কৰিব |
বৃশ্চিক = গৃহত সুখ শান্তি বিৰাজ কৰিব |
ধনু = কৰ্মত জটিলতা বৃদ্ধি হব পাৰে |
মকৰ = মনৰ আশা ভংগ হব পাৰে |
কুম্ভ = গৃহত ক্লেশ বৃদ্ধি হোৱা দেখা যায় |
মীন = সম্পদ বৃদ্ধি হোৱাৰ যোগ আছে |