আজিৰ ৰাশিফল

Pc- India Tv News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ১৩ তাৰিখ ৰবিবাৰ , ইংৰাজী ৩১ অক্টোবৰ |
কৃষ্ণা পক্ষ, দশমী তিথি, পুৱা ২/২৭/২৯ মি. পৰা একাদশী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৩৫/২১ মি.
সূৰ্য্যোস্থয় = ৪/৩৮/৫১ মি.

জন্মতঃ= সিংহ ৰাশি (ম, ট), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, দেৱাৰি গন, বান্দৰৰ অস্থি ||

আদ্যঋতু হলে = কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ — বুধ আৰু চন্দ্ৰ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ কলমৌ খোৱা নিষেধ, দিনৰ ২/২৭/২৯ মি. পৰা উৰহী খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = নতুন যোগাযোগ লাভ কৰিব |
বৃষ = ধন লাভ তথা বৃদ্ধি হব |
মিথুন = মানসিক দুঃচিন্তা বৃদ্ধি হব |
কৰ্কট = ঋণ পৰিশোধ কৰিবলৈ পাৰিব |
সিংহ = ঘৰলৈ আত্মীয়ৰ আগমন ঘটিব |
কন্যা = ধন, সম্পদ লাভ হব |
তুলা = দাম্পত্য সুখ বৃদ্ধি হব |
বৃশ্চিক = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
ধনু = মনৰ আশা পূৰন হব |
মকৰ = দ্ৰব্য লাভ কৰিবলৈ পাৰিব |
কুম্ভ = ভ্ৰমণত সফলতা অৰ্জন কৰিব |
মীন = অযথা ধন ব্যয় হব পাৰে |