আজিৰ ৰাশিফল

pc Dreamstime

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ৩১ তাৰিখ সোমবাৰ , ইংৰাজী ১৮ অক্টোবৰ |
শুক্ল পক্ষ , ত্রয়োদশী তিথি, ৰাতি ৬/৭/৫৫ মি. পৰা চতুৰ্দশী তিথি |
* *
সূৰ্য্যোদয় = ৫/২৭/৫৩ মি.
সূৰ্য্যোস্থয় = ৪/৪৮/২২ মি.

জন্মতঃ= মীন ৰাশি (দ, চ) বিপ্ৰ বৰ্ন, অগ্নি যোগ, মনুষ্য গন, মনুষ্য অস্থি |

আদ্যঋতু হলে = দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ _ মঙ্গল || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ .বেঙেনা খোৱা নিষেধ , ৰাতি আমিষ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = প্ৰেমত শুভ ফল পাব |
বৃষ = সম্পদ বৃদ্ধি হোৱা দেখা যায় |
মিথুন = সমস্যা সমাধান কৰিব পাৰিব |
কৰ্কট = মনৰ আশা পূৰন হোৱাৰ যোগ |
সিংহ = আত্মীয়ৰ লগত বিৰোধ ঘটিব পাৰে |
কন্যা = সু_ সংবাদ লাভ কৰিব পাৰিব |
তুলা = কৰ্মত শান্তি লাভ কৰিব |
বৃশ্চিক = গৃহ সুখ বৃদ্ধি হব |
ধনু = কৰ্ম জটিলতাত ভুগিব লগা হব পাৰে |
মকৰ = মনৰ আশা ভংগ হোৱাৰ যোগ |
কুম্ভ = গৃহ ক্লেশত ভুগিব পাৰে |
মীন = ধন, সম্পদ বৃদ্ধি হোৱা দেখা যায় |