আজিৰ ৰাশিফল

Pc- Kalinga Tv

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ২৯ তাৰিখ শনিবাৰ , ইংৰাজী ১৬ অক্টোবৰ |
শুক্ল পক্ষ , একাদশী তিথি, ৰাতি ৫/৩৭/৫৩ মি. পৰা দ্বাদশী তিথি |
* *
সূৰ্য্যোদয় = ৫/২৬/৪৯ মি.
সূৰ্য্যোস্থয় = ৪/৫০/২০ মি.

জন্মতঃ= কুম্ভ ৰাশি (গ, স, শ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, দেৱাৰি গন, কুম্ভীৰৰ অস্থি, পুৱা ৯/২২/২৯মি. পৰা মনুষ্য অস্থি ||

আদ্যঋতু হলে = সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ _ শুক্ৰ , পুৱা ৯/২২/২৯ মি. পৰা দূৰ্ভগা যোগ, ১২ দিনীয়া ব্ৰত, কাছ দান অভাৱে জীয়া মাছ দান, অধিপতি গ্ৰহ _ মঙ্গল || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ .উৰহী খোৱা নিষেধ , ৰাতি পূৰৈ শাক খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = যাত্রাত শুভ ফল লাভ কৰিব |
বৃষ = কৰ্মত উন্নতি সাধন হব |
মিথুন = শাৰিৰীক কষ্ট ভোগ কৰিব |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = আত্মীয়ৰ আগমন ঘটিব |
কন্যা = ঠগৰ, প্ৰৱঞ্চকৰ পৰা সাৱধান হব |
তুলা = বিপৰীত লিংগৰ পৰা সঁহাৰি লাভ কৰিব |
বৃশ্চিক = পুৰণি বন্ধু সান্নিধ্য লাভ কৰিব |
ধনু = পাৰিবাৰিক অশান্তি বৃদ্ধি হব পাৰে |
মকৰ = অযথা ব্যয় বৃদ্ধি হব |
কুম্ভ = কৰ্মমৰ্যদা লাভ কৰিবলৈ সক্ষম হব |
মীন = সামাজিক ভাৱে সন্মান তথা সুখ লাভিব |