আজিৰ ৰাশিফল

pc Dreamstime

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ২৭ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ১৪ অক্টোবৰ |
শুক্ল পক্ষ , নৱমী তিথি, ৰাতি ৬/৫২/৫২ মি. পৰা দশমী তিথি |
* *
সূৰ্য্যোদয় = ৫/২৫/৫০ মি.
সূৰ্য্যোস্থয় = ৪/৫২/২৫ মি.

জন্মতঃ= মকৰ ৰাশি (খ, জ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, অগ্নি যোগ, মনুষ্য গন, গৰুৰ অস্থি, পুৱা ৯/৩৬/৫৮ মি. পৰা দেৱ গন, কুম্ভীৰৰ অস্থি ||

আদ্যঋতু হলে = সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ _ শুক্ৰ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ .লাউ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = মান, যশস্যা বৃদ্ধি পাব |
বৃষ = নতুন যোগাযোগ লাভ কৰিব |
মিথুন = মনৰ আশা ভংগ হব |
কৰ্কট = মনত অহেতুক চিন্তা বৃদ্ধি হব |
সিংহ = অযথা ব্যয় বৃদ্ধি হব |
কন্যা = হঠাৎ প্ৰাপ্তিৰ যোগ আছে |
তুলা = ধনাগম বৃদ্ধি পাব |
বৃশ্চিক = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
ধনু = কনিষ্ঠৰ পৰা মানসিক শান্তি পাব |
মকৰ = বেমাৰে দেহত কষ্ট দিব |
কুম্ভ = মনৰ হতাশা বৃদ্ধি হব |
মীন = এলাহ বৃদ্ধি হোৱা দেখা যায় |