আজিৰ ৰাশিফল

pc- Disha News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ২১ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ৮ অক্টোবৰ |
শুক্লা পক্ষ, দ্বিতীয় তিথি, দিবা ১০/৪৮/৫৮ মি. পৰা তৃতীয় তিথি |
* *
সূৰ্য্যোদয় = ৫/২২/৫০ মি.
সূৰ্য্যোস্থয় = ৪/৫৮/১২ মি.

জন্মতঃ= তুলা ৰাশি (ৰ, ত), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, বৰুণ যোগ, দেৱ গন, মহিষৰ অস্থি ||

আদ্যঋতু হলে= বেশ্যা যোগ, ১২ দিনীয়া ব্ৰত, ৰাজ হাহঁ দান, অধিপতি গ্ৰহ = ৰবি | _ _ _ _
ভক্ষ্যাভক্ষ্যঃ . তিতা খোৱা নিষেধ, দিবা ১০/৪৮/৫৮ মি. পৰা পটল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = অযথা ব্যয়ৰ সন্মুখীন হব |
বৃষ = বন্ধুৰ সৈতে মনোমালিন্য হব পাৰে |
মিথুন = যশস্যা লাভ কৰিব পাৰিব |
কৰ্কট = আনৰ পৰা প্ৰতাৰিত হব পাৰে |
সিংহ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কন্যা = অধিক পৰিমাণে ব্যয় হব পাৰে |
তুলা = কৰ্মত বিজয়ী হব |
বৃশ্চিক = সমস্যা সমাধান কৰিব পাৰিব |
ধনু = ধনৰ আগমন বৃদ্ধি হব |
মকৰ = কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হব |
কুম্ভ = কৰ্মত জটিলতা দেখা যায় |
মীন = মানসিক অশান্তি বৃদ্ধি হব |