আজিৰ ৰাশিফল

pc Observer

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ৫ তাৰিখ বুধবাৰ , ইংৰাজী ২২ চেপ্তেম্বৰ |
কৃষ্ণ পক্ষ , দ্বিতীয় তিথি ||
**
সূৰ্য্যোদয় = ৫/১৫/৫১মি.
সূৰ্য্যোস্থয় = ৫/১৫/৯ মি.

জন্মত= মীন ৰাশি (দ, চ), বিপ্ৰ বৰ্ন, অগ্নি যোগ, দেৱ গন, হাতীৰ অস্থি ||

আদ্যঋতু হলে= দুঃশীলা যোগ, ৪৫ দিনীয়া ব্ৰত, পাৰ চৰাই দান, অধিপতি গ্ৰহ ৰাহু_কেতু | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . তিতা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
বৃষ = সন্মান লাভ কৰিব পাৰিব |
মিথুন = মনৰ আশা ভংগ হোৱাৰ সম্ভাৱনা বেছি |
কৰ্কট = শুভ সংবাদ লাভে মনত আনন্দ দিব |
সিংহ = ধনৰ আগমন বৃদ্ধি ঘটিব |
কন্যা = অপযশ পাব পাৰে, সাৱধান হব |
তুলা = সঞ্চয় বৃদ্ধি হোৱাৰ যোগ আছে |
বৃশ্চিক = আত্মীয়ৰ আগমনত আনন্দিত হব |
ধনু = ন্যাৰ্যপ্ৰাপ্তিৰ যোগ চলি আছে |
মকৰ = এলাহ বৃদ্ধি হোৱা দেখা যায় |
কুম্ভ = উৎসাহ হীনতাত ভূগিব |
মীন = ঘৰলৈ বন্ধুৰ আগমন ঘটিব |