আজিৰ ৰাশিফল

Pc- Times Colonist

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি শাওঁন মাহৰ ২৪ তাৰিখ বুধবাৰ , ইংৰাজী ১০ আগষ্ট |
শুক্ল পক্ষ , ত্রয়োদশী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৫৫/৫০ মি.
সূৰ্য্যোস্থয় = ৬/০/১৪ মি.

ভক্ষ্যাভক্ষ্যঃ= বেঙেনা খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = গৃহ অশান্তি বৃদ্ধি হব |
বৃষ = মনৰ আশা ভংগ হব পাৰে |
মিথুন = যশস্যা লাভ কৰিব পাৰিব |
কৰ্কট = ভ্ৰমণত কষ্ট আছে |
সিংহ = কৰ্মত সফলতা লাভ কৰিব |
কন্যা = সন্মান লাভ কৰিব পাৰিব |
তুলা = দায়িত্ব বৃদ্ধি হব ধৰিছে |
বৃশ্চিক = মৰমত সংঘাত বাঢ়িব পাৰে |
ধনু = আত্মীয় আগমন ঘটিব পাৰে |
মকৰ = অপযশৰ ভয় আছে |
কুম্ভ = ধনৰ আগমন বৃদ্ধি হব |
মীন = বন্ধু লাভ কৰিব |