আজিৰ ৰাশিফল

pc Observer

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ১ তাৰিখ শনিবাৰ , ইংৰাজী ১৮ চেপ্তেম্বৰ |
শুক্ল পক্ষ, দ্বাদশী তিথি, পুৱা ৬/৫৪/৫৬ মি. পৰা ত্রয়োদশী তিথি ||
**
সূৰ্য্যোদয় = ৫/১৪/২১ মি.
সূৰ্য্যোস্থয় = ৫/২০/৯ মি.

জন্মত= মকৰ ৰাশি (খ, জ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, অগ্নি যোগ, দেৱাৰি গন, কুম্ভীৰৰ অস্থি | আৱেলি ৩/২৬/৩২ মি. পৰা কুম্ভ ৰাশি (গ, স,শ), বৈশ্যবৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, অগ্নি যোগ, ||

আদ্যঋতু হলে= সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ শুক্ৰ || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . বেঙেনা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = যাত্রাত শুভ ফল পাব |
বৃষ = কৰ্মত উন্নতি যোগ আছে |
মিথুন = শাৰিৰীক কষ্ট ভোগ কৰিব |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = আত্মীয়ৰ আগমন ঘটিব |
কন্যা = প্ৰৱঞ্চকৰ পৰা সাৱধান হব |
তুলা = বিপৰীত লিংগৰ পৰা সহাঁৰি লাভ কৰিব |
বৃশ্চিক = পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব |
ধনু = পাৰিবাৰিক অশান্তি বৃদ্ধি হব পাৰে |
মকৰ = অযথা ব্যয় বৃদ্ধি হব |
কুম্ভ = কৰ্ম মৰ্যদা লাভ কৰিব |
মীন = সামাজিক সন্মান লাভ কৰিব |