আজিৰ ৰাশিফল

pc Pinkvilla

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি ভাদ মাহৰ ২৮ তাৰিখ মংগলবাৰ , ইংৰাজী ১৪ চেপ্তেম্বৰ |
শুক্ল পক্ষ, অষ্টমী তিথি, দিবা ১/৯/৫০ মি. পৰা নৱমী তিথি ||
**
সূৰ্য্যোদয় = ৫/১২/৪১ মি.
সূৰ্য্যোস্থয় = ৫/২৪/৪১ মি.

জন্মত= বৃশ্চিক ৰাশি (ন, য), বৰুণ যোগ, বিপ্ৰ বৰ্ন, হৰিণাৰ অস্থি, দেৱাৰি গন || পুৱা ৭/৫/৫৩ মি. পৰা ধনু ৰাশি (ভ, ধ, ফ) , ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বৰুণ যোগ, দেৱাৰি গন, গন্ধৰ্ব অস্থি ||

আদ্যঋতু হলে= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ শনি || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . লাউ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = অৰ্থ প্ৰাপ্তিৰ যোগ আছে | বৃষ = কৰ্মত অধিক ব্যস্ততা দেখা যায় |
মিথুন = সমস্যা বৃদ্ধিয়ে সমস্যাত পেলাব |
কৰ্কট = এলাহ বৃদ্ধি পাব |
সিংহ = খ্যাতি অৰ্জন কৰিব পাৰিব |
কন্যা = সঞ্চয় বৃদ্ধিত আনন্দিত হব |
তুলা = জীৱনৰ বাধা_বিঘিনিবোৰ আতৰিব |
বৃশ্চিক = আনৰ পৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে |
ধনু = যশস্যা লাভ কৰিব পাৰিব |
মকৰ = আত্মীয়ৰ আগমন ঘটিব |
কুম্ভ = প্ৰতিভা প্ৰকাশ কৰিবলৈ সুযোগ পাব |
মীন = মনত খেলিমেলিৰ সৃষ্টি হব |