আজিৰ ৰাশিফল

pc HerZindagi

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি জেঠ মাহৰ ২৬ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ১০ জুন |
শুক্ল পক্ষ, দশমী তিথি, পুৱা ৭/৭/১৭ মি. পৰা একাদশী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৩৪/৪০ মি.
সূৰ্য্যোস্থয় = ৬/৯/১৬ মি.

জন্মতঃ= কন্যা ৰাশি (প. ঠ), ক্ষুদ্ৰ বৰ্ন, বায়ু ক্ষুদ মনুষ্য গনমন গৰুৰ অস্থি ||

আদ্যঋতু হলে ঃ= বেশ্যা যোগ, ৰাজ হাহঁ এজোৰ দান, অধিপতি গ্ৰহ – ৰবি ||

ভক্ষ্যাভক্ষ্যঃ= উৰহী খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = আত্মীয় আগমন ঘটিব |
বৃষ = বন্ধৰ পৰা সহায় লাভ কৰিব |
মিথুন = গৃহত অশান্তি দেখা যায় |
কৰ্কট = সমস্যা সমাধান কৰিব পাৰিব |
সিংহ = কাৰ্য্য সিদ্ধি লাভ কৰিব পাৰিব |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = সাধাৰণ আঘাত পোৱাৰ যোগ আছে |
বৃশ্চিক = ভোজন বিলাস আছে |
ধনু = ভ্ৰমণ যোগ চলিছে |
মকৰ = গৃহত অশান্তি দেখা যায় |
কুম্ভ = বন্ধু ক্লেশ ঘটিব পাৰে |
মীন = সমস্যা বৃদ্ধি হব পাৰে |