আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||
আজি মাঘ মাহৰ ২৬ তাৰিখ বুধবাৰ , ইংৰাজী ৯ ফেব্ৰুৱাৰী |
শুক্ল পক্ষ, অষ্টমী তিথি, পুৱা ৮/৩০/৩৮ মি. পৰা নৱমী তিথি ||
* *
সূৰ্য্যোদয় = ৬/৭/৯ মি.
সূৰ্য্যোস্থয় = ৫/৮/৩২ মি.
জন্মতঃ= বৃষ ৰাশি (ব, ই, উ), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেবাৰি গন, ছাগলী অস্থি ||
আদ্যঋতু হলে ঃ= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ – বৃহস্পতি ||
ভক্ষ্যাভক্ষ্যঃ= লাউ খোৱা নিষেধ, ||
আজিৰ ৰাশিফলঃ =
মেষ = বিবাদ নিষ্পত্তি কৰিব পাৰিব |
বৃষ = সন্মান বৃদ্ধি হোৱা দেখা যায় |
মিথুন = মানসিক ভাৱে কষ্ট ভোগ কৰিব পাৰে |
কৰ্কট = নতুন যোগাযোগ লাভ কৰিব |
সিংহ = জ্যেষ্ঠজনৰ পৰা দুঃসংবাদ পাব |
কন্যা = আত্মীয় জনৰ পৰা সুখ লাভ কৰিব |
তুলা = পিতৃ-মাতৃৰ ৰোগ বৃদ্ধি হব পাৰে |
বৃশ্চিক = সম্পদ লাভ হোৱাৰ যোগ আছে |
ধনু = কৰ্মত জটিলতা বৃদ্ধি হোৱা দেখা যায় |
মকৰ = ৰোগৰ পৰা আৰোগ্য লাভ কৰিব |
কুম্ভ = অযথা ব্যয় বৃদ্ধি হব |
মীন = মনত নতুন আশাৰ সঞ্চাৰ হব |