আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||
আজি শাওঁন মাহৰ ১৮ তাৰিখ বুধবাৰ , ইংৰাজী ৪ আগষ্ট |
কৃষ্ণপক্ষ, একাদশী তিথি , দিবা ৩/১৭/৫৬মি. পৰা দ্বাদশী তিথি ||
সূৰ্য্যোদয় = ৪/৫৪/৫৫ মি.
সূৰ্য্যোস্থয় = ৬/৪/৩৮ মি.
জন্মত= বৃষ ৰাশি (ব, উ, ই), মৃগশিৰা নক্ষত্র, শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেৱ গন, শ্বানৰ অস্থি, | আৱেলি ৩/৮/৫৫মি. পৰা মিথুন ৰাশি (ক, ছ), বৈশ্য বৰ্ন মতান্তৰে শূদ্ৰ বৰ্ন, মাহেন্দ্ৰ যোগ ||
আদ্যঋতু হলে= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান, অধিপতি গ্ৰহ বৃহস্পতি || _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . উৰহী খোৱা নিষেধ | দিবা ৩/১৭/৫৬মি. পৰা পূৰৈশাক খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = মানসিক অশান্তিত থাকিব || বৃষ = ভয় ভাবে মনত বাহ লব |
মিথুন = সামাজিক প্ৰতিষ্ঠাৰ লাভ কৰিব |
কৰ্কট = সমস্যা বৃদ্ধি হব |
সিংহ = খং আৰু অভিমান বৃদ্ধি পাব |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = বন্ধুৰ সহায় লাভ কৰিব |
বৃশ্চিক = পুৰণি বন্ধু লাভ কৰিব |
ধনু = আত্মীয় বিৰোধ হব পাৰে |
মকৰ = মনত নিৰাশা বৃদ্ধি হব |
কুম্ভ = মানসিক দুঃচিন্তাই আমনি কৰিব |
মীন = অযথা ব্যয় বৃদ্ধি হব |