আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ২৮ তাৰিখ শনিবাৰ , ইংৰাজী ১২ জুন |
শুক্লাপক্ষ, দ্বিতীয় তিথি |

সূৰ্য্যোদয় = ৪/৩৪/৪৬ মি.
সূৰ্য্যোস্থয় = ৬/১২/১০ মি.

জন্মত= মিথুন ৰাশি (ক, ছ) , বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি |

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধী_দুগ্ধ দান |

*আজিৰ ৰাশিফলঃ* =

মেষ = মানসিক ভাৱে অশান্তি পাব |
বৃষ = শুভ সংবাদ লাভ কৰিব |
মিথুন = নিজৰ কৰ্মত বাধা প্ৰাপ্ত হব |
কৰ্কট = সামাজিক সন্মান লাভ কৰিব |
সিংহ = কৰ্মত জটিলতা বৃদ্ধি হোৱা দেখা যায় |
কন্যা = অৱসাদ _বিনোদনেৰে দিনটো পাৰ হব |
তুলা = উপযুক্ত সময়ত বুদ্ধি হানি হোৱা দেখা যায় |
বৃশ্চিক = ভ্ৰমণ যোগ চলিছে |
ধনু = অযথা সময় ক্ষয় হব |
মকৰ = আত্মীয় আগমনত আনন্দিত হব |
কুম্ভ = সঞ্চয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে |
মীন = সাৱধান হব, ৰাজভয় আছে |