আগন্তুক দিনত হাইলাকান্দি জিলা পৰিষদৰ কাৰ্যপন্থা সন্দৰ্ভত বৈঠকত মিলিত হয় ৰঞ্জিৎ কুমাৰ দাস

pc Facebook
আগন্তুক দিনত হাইলাকান্দি জিলা পৰিষদৰ কাৰ্যপন্থা সন্দৰ্ভত বৈঠকত মিলিত হয় ৰঞ্জিৎ কুমাৰ দাস
অনলাইন বাৰ্ত্তাসেৱা – ৰঞ্জিৎ কুমাৰ দাসে হাইলাকান্দি জিলা পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ পৰিষদ খনৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰে। এই কাৰ্যসূচীত তেখেতৰ সৈতে উপস্থিত থাকে হাইলাকান্দি জিলাৰ উপায়ুক্ত, জিলা পৰিষদ খনৰ মুখ্য কাৰ্যবাহী সদস্য আৰু বিষয়ববীয়া সকল। এই বৈঠকত পৰিষদ খনৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে আগন্তুক দিনত এই পৰিষদৰ কাৰ্যপন্থা কেনেদৰে আগুৱাই নি সফল ৰূপায়ণ কৰিব পাৰি সেই সন্দৰ্ভত বিশদ ভাৱে আলোচনা কৰা হয়।