অহা বছৰৰ পৰা ৬ টা দলৰ সৈতে মহিলাৰ আই পি এল আৰম্ভ কৰাৰ লক্ষ্য বিচিচিআইৰ

অহা বছৰৰ পৰা ৬ টা দলৰ সৈতে মহিলাৰ আই পি এল আৰম্ভ কৰাৰ লক্ষ্য বিচিচিআইৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিবেদন অনুসৰি বিচিচিআইয়ে অহা বছৰৰ পৰা মহিলা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে আৰু ইয়াত ছয়টা দল থাকিব বুলি আশা কৰা হৈছে। বিচিচিআইৰ এক সূত্ৰই কয়, “আমি ইতিমধ্যে পৰিকল্পনাটোৰ ওপৰত কাম কৰা আৰম্ভ কৰিছো যে আমি কিমানটা দল ৰাখিব পাৰোঁ , কিয়নো আমাৰ ওচৰত পুৰুষৰ আই পি এল আছে।”