অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি ভাৰত ভূষণ দেৱ চৌধুৰীক

Pc Time8 Assam News

অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি ভাৰত ভূষণ দেৱ চৌধুৰীক

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰে একাধিক নিৰ্দেশনাৰে বহুকেইজন প্ৰশাসনিক আৰু আৰক্ষী সেৱাৰ বিষয়াক বিভিন্ন পদত অধিষ্ঠিত কৰে৷ আই এ এছ বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীক অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ পদত অধিষ্ঠিত কৰা হৈছে । তেওঁ বৰ্তমান মাধ্যমিক শিক্ষা বিভাগৰ সচিব হিচাপে দায়িত্বত আছে৷