’অসম বিজেপি বাৰ্তা’ উন্মোচন

‘অসম বিজেপি বাৰ্তা’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টি, দক্ষিন কামৰূপ জিলাৰ মুখ্য কাৰ্যালয়ত দিনৰ ভাগত “অসমীয়া বিজেপি বাৰ্তা” উন্মোচন কৰা হয় ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, গুৱাহাটী লোক সভাৰ সাংসদ কুইন ওজা পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া জিলা সভাপতি ধনেশ্বৰ কলিতাৰ উপস্থিতিত দলৰ জ্যেষ্ঠ নেতা তথা দক্ষিণ কামৰূপ জিলাৰ প্ৰাক্তন সভাপতি থানেশ্বৰ কলিতাই ডিচেম্বৰ মাহৰ বিজেপি বাৰ্তা সংখ্যাটি উন্মোচন কৰে ৷