অসম চৰকাৰৰ ৫ বছৰীয়া প্ৰতিভূতি জমা (Security) ৰ নিলাম

pc Time8

অসম চৰকাৰৰ ৫ বছৰীয়া প্ৰতিভূতি জমা (Security) ৰ নিলাম

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰে মুঠ প্রায় ৫০০ কোটি টকাৰ (প্রত্যক্ষ মূল্য)ৰ প্রতিভূতি জমা বিক্ৰীৰ বাবে আগবঢ়াইছেঅহা ২৮ জুন, ২০২২ তাৰিখ মঙলবাৰে বহু তৰপীয়া মূল্যৰ প্ৰপত্ৰৰ অধীনত এই মূল্য উদভূত নিলাম ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বেংকিং চলচন(eKuber)ত অনুষ্ঠিত অধিক তথ্যৰ বাবে ৰিজাৰ্ভ বেংকৰ ৱেবচাইট www.rbi.org.inত ২৩ জুন, ২০২২তাৰিখে প্রকাশিত প্ৰেছ বিজ্ঞপ্তি চাব পাৰে।