অসমৰ মুখ্যমন্ত্ৰীৰ সন্মতি অবিহনে তেওঁৰ ছবি ব্যৱহাৰ নকৰিবলৈ জাৰি কৰা হৈছে নিৰ্দেশনা

pc Republic World

অসমৰ মুখ্যমন্ত্ৰীৰ সন্মতি অবিহনে তেওঁৰ ছবি ব্যৱহাৰ নকৰিবলৈ জাৰি কৰা হৈছে নিৰ্দেশনা

অনলাইন বাৰ্ত্তাসেৱা – প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এখন হৰ্ডিঙত মুখ্যমন্ত্ৰীৰ এখন বিশাল ছবি প্ৰদৰ্শন কৰাৰ পিছত এই ধৰণৰ ব্ৰেণ্ডিং সমৰ্থন নকৰে বুলি প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ টুইটযোগে উল্লেখ কৰে, “মোৰ কাৰ্যালয়ৰ অনুমোদন অবিহনে এতিয়াৰ পৰা মোৰ ছবি ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে।” ইয়াৰ পূৰ্বে শৰ্মাই বৰদলৈৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

(UD.)