অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.৫৩ শতাংশ 

Pc BBC

অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.৫৩ শতাংশ 

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৮.৫৩ শতাংশ  ৰাজ্যত শেহতীয়াকৈ ২৪ ঘণ্টাত ২২০জন কোভিড ৰোগী সুস্থ হৈ উঠিছে। ইয়াকে লৈ বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই ৬ লাখ ৬ হাজাৰ অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে ৰাজ্যত বিগত ২৪ ঘণ্টাত ১৪ হাজাৰ ৭৫৯টা নমুনা পৰীক্ষাৰ অন্তত ৯১জন ক’ৰনা আক্রান্ত চিনাক্ত হৈছে। ইয়াৰে ৫২জন কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যত  সংক্ৰমণৰ হাৰ আছিল ০.৬২ শতাংশ। সম্প্ৰতি ১,৬২৬জন চিকিৎসাধীন কোভিড ৰোগী আছে।