অলিম্পিক হকী দলৰ সদস্য বিবেক সাগৰক ডি.এছ.পি. পদত হিচাপে নিযুক্তি

pc The Bridge

অলিম্পিক হকী দলৰ সদস্য বিবেক সাগৰক ডি.এছ.পি. পদত হিচাপে নিযুক্তি

অনলাইন বাৰ্ত্তাসেৱা – মধ্য প্ৰদেশ কেবিনেটে মঙলবাৰে অলিম্পিক হকী দলৰ সদস্য বিবেক সাগৰ প্ৰসাদক ৰাজ্যিক আৰক্ষীত উপ-আৰক্ষী অধীক্ষক (ডি.এছ.পি.) হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাই। পুৰুষৰ ভাৰতীয় হকী দলে শেহতীয়া টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জিকিছিল। ইয়াৰ পূৰ্বে, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰসাদক ১ কোটি টকা আৰু তেওঁৰ পৰিয়ালৰ বাবে এটা ঘৰ উপহাৰ হিচাপে দি সন্মানিত কৰিছিল।

(UD.)