অন্তিম ফোন – আলমিনা খাতুন

অন্তিম ফোন
আলমিনা খাতুন, সাপটগ্ৰাম 
অ’ আজিয়েই ঘৰত আলোচনা কৰিম এতিয়া ফোনটো ৰাখি দিয়া মই ঘৰ আহি পালোহি।দুৱাৰত ভৰি দিওঁতেই ভাইটিয়ে এগাল হাঁহিৰে মোৰ হাতত কিবা এটা দি থৈ দৌৰিলে।মইও আচৰিত হৈ বস্তুটো মেজতে ৰাখি সতেজ হ’বলৈ স্নানাগাৰলৈ গলো।উভতালৈ মনতে কিবা এটা খুচৰি আছিল কি হ’ব পাৰে নো??ঘৰখনো ইমান আলহীৰে ভৰা!বস্তুটো মেলি চালো “চিঠি এখন” ,পঢ়াৰ লগে লগে কলিজাৰ ধপ্‌ধপনি বাঢ়ি উঠিল।কিয়বা হ’ল এনেকুৱা আৰম্ভ নহওতেই শেষ হৈ গ’ল।