SBKF অন্তৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেষ্টিকত সোণাৰ পদক লাভ কুঞ্জলতা বড়োৰ

SBKF অন্তৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেষ্টিকত সোণাৰ পদক লাভ কুঞ্জলতা বড়োৰ।

১৪ঃ আগষ্ট, ওদালগুৰি সেৱা।

নেপালত অনুষ্ঠিত হোৱা ২০২১ বৰ্ষৰ অন্তৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেষ্টিক, (SBKF) প্ৰতিযোগীতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰা ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত কেইবাখনো দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা খেল খনত ভাৰতৰ হৈ ৰিপ্ৰেজেণ্ট কৰা ওদালগুৰি জিলাৰ কলাইগাঁ‌ৱৰ নিবাসী কুঞ্জলতা বড়োয়ে প্ৰথমস্থান দখলৰে স্বৰ্ণ পদক লাভ কৰি ভাৰত তথা অসমলৈ সোণাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভা।