Far East Auto Pvt Ltd নামৰ প্ৰতিষ্ঠানত New Amaze Face lift versionটোৰ শুভ উদ্বোধন

বাৰ্তা সেৱা — যোৱা ১৮ আগষ্ট,২০২১ তাৰিখে আগশাৰীৰ গাড়ী নিৰ্মাণ প্ৰতিষ্ঠান HONDA ৰ তেজপুৰস্থিত কোম্পানীৰ Authorized Dealer – Far East Auto Pvt Ltd নামৰ প্ৰতিষ্ঠানতোত New Amaze Face lift versionটোৰ শুভ উদ্বোধন কৰে।চাৰ্ভিছ মেনেজাৰ ডম্বৰুধৰ গগৈয়ে আতঁ ধৰা উদ্ধোধনী অনুস্থানত প্ৰতিস্থানটোৰ মেনেজিং ডাইৰেক্টৰ Adarsh Tibrewalৰ লগতে কেইবাজনো মূল্যবান গ্ৰাহক,নিমন্ত্ৰিত অতিথি তথা প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সহ প্ৰায় ৫০ জন ব্যক্তি উপস্থিত থাকে।উক্ত অনুস্থানতে  প্ৰতিষ্ঠানটোৰ এজন অতি মুল্যৱান গ্ৰাহক U.K Sharma য়ে New Amaze Face lift খনৰ শুভ উদ্বোধন কৰে।উক্ত উদ্ধোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰতিস্থানটোৰ কৰ্মচাৰীদ্বয় ক্ৰমে Nihasmi Hazarika আৰু Rupen Das য়ে উক্ত গাড়ী খনৰ অত্যাধুনীক সা-সুবিধা যেনে Push Bottom start,LED fog light,LED with projec tor Head lamp,LED tail lamp,7.7 inch Android Auto infotainment,Smart Key system,172 G.Clearance 420 liter boot space,silver finish dash board ornaments আদিকে প্ৰমুখ্য কৰি সকলো অত্যাধুনিক সা-সুবিধা সমূহৰ বিষয়ে বিতংকভাবে ব্যখ্যা কৰে।New Amaze face lift খন Matorate Grey,Lunar Silver Matellic,Radient Ray Mattellic,Golden Brown Mattellic,Platinum White Pearl এই ৫টা আকৰ্ষণীয় ৰংত উপলব্ধ।1.2 লিটাৰ,110 NM torque আৰু 90P.S IVTec petrol ইঞ্জিন সহ প্ৰাৰম্ভিক মূল্য 6,32,000 আৰু 1.5 লিটাৰ,200 NM torque,100P.S IDTech ডিজেল ইঞ্জিন সহ প্ৰাৰম্ভিক মূল্য 8,66,500.By – Debasish Goswami.