A I U D F ৰ সৈতে মিত্ৰতা ভংগ কৰি কংগ্ৰেছে ঐতিসাহিক ভুল কৰিলেঃ আমিনুল ইছলাম

pc Northeadst Now

 A I U D F ৰ সৈতে মিত্ৰতা ভংগ কৰি কংগ্ৰেছে ঐতিসাহিক ভুল কৰিলেঃ আমিনুল ইছলাম

অনলাইন বাৰ্ত্তাসেৱা – মহাজোঁটৰ শক্তি বিভাজনত সফল হ’ল বিজেপিৰ ষড়যন্ত্ৰ। অখিল গগৈক ব্যৱহাৰ কৰি মিত্ৰতা ভংগ কৰাৰ ৰচনা ৰচিছিল নেকি কংগ্ৰেছে! A I U D F ৰ সৈতে মিত্ৰতা ভংগ কৰি কংগ্ৰেছে ঐতিসাহিক ভুল কৰিলে বুলি মত প্ৰকাশ কৰে আমিনুল ইছলামে ডাঙৰীয়াই।

(Utpal Kalita)