মাতৃৰ স্নেহ – দীপাংকৰ শইকীয়া

Pc Unsplash

অণুগল্প

মাতৃৰ স্নেহ

দীপাংকৰ শইকীয়া, ধেমাজি

বৃদ্ধাশ্ৰমৰ থাপনাত এগৰাকী মাতৃৰ প্ৰাৰ্থনা “প্রভূ মোৰ পোনা দুটিক ভালে ৰাখিব ।

আজিৰ পৰা সাত বছৰৰ আগত মীৰাক পুত্র বোৱাৰীয়ে গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিছিল। এতিয়া মীৰাই পুত্ৰ বোৱাৰীৰ আৰ্শীষ বিচাৰি ভগৱানৰ ওচৰত মূৰ দুৱাইছে।