বেয়া পালোঁ – আব্দুল হামিদ বৰুৱা

Pc The Grounds Guys

বেয়া পালোঁ

আব্দুল হামিদ বৰুৱা
গড়গাঁও মিলনপুৰ

বেয়া পালোঁ বৰুৱা
মহানিমৰ গছজোপা
কিয়নো কাটিলা ।

ভাল পালোঁ ভনীয়েৰাৰ
নিকাহ লৈ মাতিলা ।

আপোন-পৰ আহিব-যাব
বোৱাৰীয়ে ঘৰখন
দিবহি পূৰাই ।

পিছে কোৱাচোন বৰুৱা ?
মহানিমৰ গছজোপা
সহজতে পাবানে ঘূৰাই ।