লিমাৰিক – উমা দেৱী

Pc Amritsar

লিমাৰিক

উমা দেৱী,মৰিগাঁও

১)
কামৰ তাড়নাত থাকিল যে ভোকত
সময়ত দিগদাৰ কৰিলে পেটত
আছিল তাৰ গেষ্টিক
নকৰিলে যে লাষ্টিক
মাটিত বাগৰি চিঞৰিলে যে বিষত।

২)
বিষত থাকিব নোৱাৰি মাতে ডক্টৰ
পুৱাই সি যাব লাগিব বোলে ফেক্টৰ
নাখাই থাকা যে মৰা
কেনেকৈ জীৱন তৰা
ভাল নহ’লে কেনেকৈ চলাবি টেক্টৰ।