এই যে আমি বেকাৰ বুলি কʼও – Swagon Borah

Pc Psycholocrazy

এই যে আমি বেকাৰ বুলি কʼও

Swagon Borah

এই যে আমি বেকাৰ বুলি কʼও
আজি কালি বেকাৰ বুলি ক’লে বেয়া লাগে
কাৰণ অসমীয়া ভাষাটো ধ্ৰুপদী ভাষা হ’ল
সেই বাবে কৈছোঁ শিক্ষিত নিবনুৱা
হাহি উঠা কথা নিবনুৱা গননা কৰে চৰকাৰী চাকৰিৰ বিজ্ঞাপনত  ,
গননা নহয় চাকৰি পোবা কিমান সংক্ষক চাকৰিয়ালে
এটা নিবনুৱা মূৰ খাৱলে  apply  কৰে  নতুন নতুন  add ওলালে
আৰে ভাই  apse cosen কৰি iv /3rd grad apply কৰি
চাকৰি ল’লা দুবছৰো চাকৰি নকৰি কিয়  rijaiien  দিলা বে
মূখ্যমন্ত্ৰী ৰ ফেচবুক লাইভ  মেল মিটিঙত   live videor tranding
আমাৰ দৰে বেকাৰৰ কাট অফত নাম নাহিল
সন্ধিয়া মদৰ চাক্কনাত সোৱাদ নোঠিল
সপোনৰ কাৰেং ৰজাৰ বাগানৰ কলম দিয়া চাহপাতৰ দৰে হ’ল
ৰামৰ দেশত ৰাৱনৰ ৰাজত্ব হ’ল
B .se  পাছ কৰি চকীদাৰ কৰি ৰাতিপুৱা চাহৰ
সোৱাদ ল’ব নোৱাৰা হোৱা নেকি ভন্টি
ৰজাৰ ভাষণ ৰাইজ গৰু গাহৰি পোহক
এই বাৰ পথাৰ আমাৰ বজাৰ আমাৰ
গৰুনো কি পোহিবা মিয়াৰ বদনাম দি অসমীয়া ও চোৰ কৰা হ’ল ।
গাহৰি টো দূৰৰ কথা গাৱৰ ভকতে মুৰ্গীও পোহিব নিদিয়ে বুলে ধৰ্ম নষ্ট হৱ
খেতিনো কি কৰিবা  আমাৰ পাচলি বজাত সামান্য মূল্য হ’ল
এচামে  চাকৰি কৰে চৰকাৰী কিন্তু ল’ৰা ছোৱালী পঢ়ে আকৌ বেচৰকাৰী
চৰকাৰী স্কুলৰ শিক্ষক জনৰ যদি তেওৰ দৰে অন্য
এজন শিক্ষকৰ উপৰত ভৰসা নাই
চৰকাৰী স্কুলবোৰ বন্ধ হোৱাই ভাল
ৰাষ্টা পকা হ’ল মানুহ বোৰ অভদ্ৰ হ’ল
দূৰ্ঘটনা হ’লে সহায় কৰা ঠাইত ফেচবুক লাইভ অহা হ’ল