নিৰ্বাক – ৰশ্মি ৰেখা দুৱৰা

PcRoffey Park

অণুগল্প

নিৰ্বাক

ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়

বজাৰৰ পৰা গেটৰ সন্মুখলৈ যথেষ্ট ভিৰ।ভিৰৰ মাজেৰেই পৰীক্ষা কেন্দ্ৰলৈ ৰাওনা হৈছোঁ।গেটৰ সন্মুখত আঁৰি থোৱা লিষ্টখন বাৰে বাৰে চাইছোঁ।নিজৰ ৰোল নম্বৰটোৱে চকুত বালি মাৰিছে।ভয়ত হাত-ভৰি কঁপিবলৈ ধৰিছে।

ভিতৰলৈ সোমাই গৈ নিজকে সাহস গোটাই পুনৰবাৰ চালোঁ।এইবাৰ চিধাই শ্ৰেণী কোঠালৈ দৌৰি গলোঁ।পাঁচ মিনিট দেৰিয়ে হৈছিল।