অণুগল্প
প্ৰতাৰণা
দীপাংকৰ শইকীয়া,ধেমাজি
মনীষাৰ দেহটো জঠৰ হৈ গছডালতে ওলমি আছিল। তাই হেনো সঁচা ভালপোৱাৰ নামত ভণ্ড প্ৰেমিকৰ হাতত নিজৰ দেহ মন সঁপি দিছিল। এতিয়া সামাজিক মাধ্যমত তাইৰ নগ্ন ফটোৱে তোলপাৰ লগাইছে।