সোণালী দিনৰ সপোন – সুমিত্ৰা বৰগোহাঁই

Pc Unsplash

অণুগল্প

সোণালী দিনৰ সপোন

সুমিত্ৰা বৰগোহাঁই,
ধেমাজি

মাঘৰ বিহুত জোনালীয়ে তাই স্বামীৰ সৈতে দপদপাই স্ফুৰ্টি কৰি থকা স্বামী হঠাৎ নোহোৱা হোৱাত বুকুৰ ভিতৰ খন অনেক কিবা কিবি হৈ ৰ’ল।জ্বলি জ্বলি পাত পাত কৰি সোঁৱৰণী হৈ যায় তেওঁলোকৰ সোণালী দিনৰ সপোনবোৰ।