অণগল্প
কৃপাতৃষ্ণা
যমুনা দুলু বৈশ্য,শুৱালকুছি
আপোনজনৰ বিৰহ বেদনাত সেই ফুৰফুৰীয়া গোন্ধটো শীতৰ ৰ’দৰ ভাজত আজিওঁ দৃশ্যমান ।
সাৰ পাব ঈশ্বৰৰ দৃষ্টিত তোমাৰ মানস পটত বিশ্বাস ভৰা প্ৰতিচ্ছবি –! !
ভমকাফুলীয়া হাঁহিটো দেখিলে কন্ঠ শুকাই যোৱা তাইৰ মৰম ভালপোৱা বোৰে প্ৰাণটোত নাচি উঠে ।
