অণুগল্প
ইজুমনিৰ হাঁহি
যমুনা দুলু বৈশ্য
শুৱালকুছি
অৰ্ণৱৰ ভাব ভংগী , চিন্তা-বিচাৰ ,ৰুচি ,ইজুমনিয়ে হাঁহিলেও সকলোতে তিৰস্কাৰ —।
চাৰিওদিশ বিষাক্ত বতাহ -এছাটি এতিয়া পশ্চিমৰ পৰা পূবলৈ ক্ৰিয়া কৰে —!!
তাইৰ দুচকুত নিতান্তই স্বাভাৱিক ভাবে জীৱন ঘড়ীৰ কাঁটাডাল পুনৰ নিজৰ ফালে ঘূৰাব।সেই দিনটোলৈকে অন্তত —।
