ভাৰতত নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে ৪২,৯৮২ জন
অনলাইন বাৰ্ত্তাসেৱা– ভাৰতত ২৪ ঘণ্টাত নতুনকৈ কৰʼনা ভাইৰাছত সংক্ৰমিত হৈছে ৪২,৯৮২ জন লোক । কৰʼনা সংক্ৰমনৰ ফলত নতুনকৈ ৫৩৩জন লোকৰ মৃত্যু ঘটিছে।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা মতে দেশত বৰ্তমান কৰʼনাৰ সংক্ৰমনত ৪,১০,৩৫৩ জন লোক চিকিৎসাধীন হৈ আছে। ভাৰতত দৈনিক পজিটিভিটীৰ হাৰ হৈছেগৈ ২.৫৮ শতাংশ ।
(R.T)