অসম-মিজোৰামৰ সীমা সমস্যাঃ আজি অসমৰ বিজেপিৰ সাংসদসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

pc-twiter

অনলাইন বাৰ্ত্তাসেৱা-  আজি অসমৰ বিজেপিৰ সাংসদসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি অসম-মিজোৰামৰ সীমা সমস্যা সমাধান কৰাৰ   বাবে প্ৰধানমন্ত্ৰীক  স্মাৰক-পত্ৰ প্ৰদান কৰে ৷এই পৰিস্থিতিৰ সুযোগ যাতে কোনেও ৰাজনৈতিকভাৱে ল’ব নোৱাৰে, তাৰ বাবে চোকা নজৰ ৰাখিবলৈ সাংসদসকলক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে ৷