লিমাৰিক – ৰুমী কলিতা দত্ত

লিমাৰিক
       ৰুমী কলিতা দত্ত
২ নং কেন্দুগুৰি
আনৰ দোষ খুছৰিলে কি লাভ হ’ব
নিজৰ ভুল নিজেই শুধৰাই ল’ব
মানুহৰে হয় ভুল
সকলোতে গণ্ডগোল
মদ-ড্ৰাগছ খালেহে জহন্নামে যাব ।