নিখিল ভাৰত মহিলা কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস গুৱাহাটী,১৫ ছেপ্টেম্বৰঃ নিখিল ভাৰত মহিলা কংগ্ৰেছৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি সমগ্ৰ অসমৰ জিলাই জিলাই পালন কৰা হয় । লগতে গুৱাহাটীৰ ৰাজীৱ ভৱনত ৰাজ্যিক আৰু মহানগৰ জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত পালন কৰা হয় । সভাত মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল চন্দ্ৰ শৰ্মা,মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে আদি কৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে মহিলা কংগ্ৰেছক ৰাজনৈতিক,সামাজিক আৰু অৰ্থনৈতিক দিশত আত্মনিয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে৷

নিখিল ভাৰত মহিলা কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা- নিখিল ভাৰত মহিলা কংগ্ৰেছৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস সমগ্ৰ অসমৰ জিলাই জিলাই পালন কৰা হয় । লগতে গুৱাহাটীৰ ৰাজীৱ ভৱনত ৰাজ্যিক আৰু মহানগৰ জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত পালন কৰা হয় । সভাত মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল চন্দ্ৰ শৰ্মা,মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে আদি কৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে মহিলা কংগ্ৰেছক ৰাজনৈতিক,সামাজিক আৰু অৰ্থনৈতিক দিশত আত্মনিয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে৷