সন্তুষ্টি – বিভা মহন্ত

সন্তুষ্টি 

বিভা মহন্ত,নগাঁও

মুনমী পেহী ,- তুমি দেখোন মোৰ নতুন মা হব পাৰা ।কনমানি জুন জুনৰ কথাষাৰ শুনি মুনমীয়ে সন্তুষ্টি পালে ।
মুনমীয়ে ৰূপকৰ জীয়েক জুনজুনৰ সহাৰি আৰু মনৰ কথাটো ৰূপকৰ আগত লগে লগে ক’লেগৈ ।দুয়োয়ে স্বস্তিৰ নিশ্বাস পেলালে ।