মহানগৰীৰ ভৰলুত এগৰাকী যুৱতী উদ্ধাৰ

মহানগৰীৰ ভৰলুত এগৰাকী যুৱতী উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ভৰলুত এগৰাকী যুৱতীক উদ্ধাৰ কৰি চানমাৰি থানাত গতাই দিয়া হয়। শিলচৰৰ যুৱতীগৰাকীয়ে ঘৰলৈ যোৱাৰ বাবে কাতৰ অনুৰোধ কৰাৰ স্বত্বেও আৰক্ষীয়ে আশ্ৰয় গৃহত থৈয়েই দায়িত্ব সামৰাৰ অভিযোগ তুলিছে৷সম্প্ৰতি মানসিকভাৱে ভাগি পৰা যুৱতীগৰাকী যাতে ঘৰলৈ যাব পাৰে তাৰ বাবে সংবাদমাধ্যমৰ সহায় বিচাৰিছে উদ্ধাৰকাৰীগৰাকীয়ে।