হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ বৈঠক

।মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ সৈতে এই বৈঠকত ভাগ লৈছিল সদৌ অসম ছাত্ৰ সন্থা, এবছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াৰ সকলে ।মাৰ্কশ্বিট সন্দৰ্ভত মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, ছাত্ৰ সংগঠনৰ সৰ্ব সন্মত সিদ্ধান্ত গ্ৰহণ।এই বৈঠকত বাতিল কৰা হৈছে পূৰ্বৰ প্ৰতিবেদনৰ ৫ নং দফা।সকলো চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব মাৰ্কশ্বিট।কেৱল শিক্ষকৰ চাকৰিৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে ভৱিষ্যতে অনুষ্ঠিত হ’ব পৰীক্ষা।বৈঠকত শিক্ষামন্ত্ৰীৰ ঘোষণা, ছেপ্টেম্বৰত নহয় কোনো পৰীক্ষা।হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত এইবাৰ নাথাকে ষ্টেণ্ড।থাকিব ষ্টাৰ আৰু ডিষ্টিংছন।