হৃদয়ৰ ৰং – যমুনা দুলু বৈশ্য

Pc Pexels

অণুগল্প

হৃদয়ৰ ৰং

যমুনা দুলু বৈশ্য
শুৱালকুছি

স্বপ্নালীয়ে নিজৰ বুকুখনৰ বিষত অসহ্য বেদনাৰে ভৰি পৰিল ।তাইৰ অনুভৱ মনত খেপিয়াব ধৰিলে হৃদয়ৰ ৰাঙলী দিনৰ স্মৃতিৰ বাসনাৰ ৰং বোৰে অতীতলৈ । সন্মুখত থাকিও একো কৰিব নোৱাৰিলে জীয়েকক ধৰ্ষণ কৰি মানুহৰ তেজ খোৱা দানৱ সকলে পলাই গ’ল । আজিও পাহৰিব পৰা সেই চিঞৰ ।প্ৰতিধ্বনী হৈ বাজি আছে হৃদয়ত ।